← ফুৰি যাওক

হামোৰণি

hāmoraṇi

অৰ্থ

1.

পানীৰ সোঁত তলত পাক লৈ বালি আদি সামৰি ওপৰলৈ উঠা

a whirling or eddying of a current

বি.

2.

পেটৰ নাড়ী পাক লৈ উজাই অহা যেন বোধ হোবা অসুখ; পেট-পকোবা

griping pain in the bowels

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ