← ফুৰি যাওক

হামলা

hāmalā

অৰ্থ

1.

আক্ৰমণ; যুদ্ধত জঁপিয়াই পৰা; যেনে-"তীক্ষ্ণ শৱঙ্গ দুগোটা আগক লাগি পাতি দিলেক হামলা মাধবক ক্ৰোধে আতি" (দশম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হামলা · অসমীয়া অভিধান