← ফুৰি যাওক

আভাসে

ābhāse

অৰ্থ

1.

নিচিনাকৈ; ৰূপেৰে; যেনে-"সুভদ্ৰা জননী আজি পূৰ্ববৰ আভেসে। আসিবন্ত পুত্ৰ-দৰশন-অভিলাষে।" (দ্ৰোণপৰ্ব্ব)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আভাসে · অসমীয়া অভিধান