← ফুৰি যাওক

হাবুঙীয়া

hābuṅīẏā

অৰ্থ

1.

হাবুঙত বাস কৰা বা হাবুঙত ওপজা

বিণ.

2.

অতি দূৰত, নজনা নুশুনা ঠাইত ওপজা।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাবুঙীয়া · অসমীয়া অভিধান