← ফুৰি যাওক

হাবাথুৰি

hābāthuri

অৰ্থ

1.

পৰিশ্ৰমত অকামিলা হোবা অবস্হা; ভাগৰ; ক্লান্ত

wearines; fatigue

বি.

2.

কামত বৰকৈ শ্ৰম কৰা বা ব্যস্ত হোবা অবস্হা

state of being heavily or laboriously busy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ