← ফুৰি যাওক

হাঁফোলা

hām̐pholā

অৰ্থ

1.

দুই বাহু মেলি গা আগ বঢ়াই আঁকোবালি ধৰিব খোজা কাৰ্য্য (সাঁতোৰাত, ল'ৰা-ছোবালী কোলালৈ আহিব খোজাত)

the act of throwing the body forward or advancing with the arms extended as if to embrace

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাঁফোলা · অসমীয়া অভিধান