হাতে হাতে
hāte, hāte
অৰ্থ
1.
হাতে হাতে; প্ৰত্যেকৰ হাততে
in everyone's hand
ক্ৰি. বিণ.
2.
এজনৰ হাতৰপৰা অইন এজনৰ হাতলৈ; হতা-হতিকৈ
from hand to hand
ক্ৰি. বিণ.
3.
তেতিয়াই; তত্ক্ষণাৎ; চাই বা ধৰি থাকোঁতেই
immediately; in a moment
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ