← ফুৰি যাওক

হাতে পতি

hāte, pati

অৰ্থ

1.

হাতে হাতে; প্ৰতি হাততে; প্ৰত্যেকৰ হাতত

in each or everyone's hand

ক্ৰি. বিণ.

2.

প্ৰতি হাতত; এহাত এহাতত

per each cubit

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ