← ফুৰি যাওক

হাতুৰী

hāturī

অৰ্থ

1.

কোনো বস্ত্ত হাতেৰে পিটিবলৈ বা মৰিয়াবলৈ নাল লগাই লোবা এডোখৰ লো বা কাঠ

a hammer

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাতুৰী · অসমীয়া অভিধান