← ফুৰি যাওক

হাতীপটি

hātīpaṭi

অৰ্থ

1.

হাৰিৰ মাজৰ হাতীয়ে চলাচল কৰা বাট

a track of elephant in jungle

বি.

2.

আকাশত ওলোবা সৰু সৰু তৰাৰ শাৰী; অজৰীথি

the milky way

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাতীপটি · অসমীয়া অভিধান