← ফুৰি যাওক

হাতালোৰ

hātālora

অৰ্থ

1.

হাত-জোকাৰণি, হস্ত-সঞ্চালন, হাত- চাপৰি; যেনে-"সখিগণে দেখি উঠি পাৰে হাতালোৰ" (দশম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাতালোৰ · অসমীয়া অভিধান