হাত
hāta
অৰ্থ
1.
কিলাকুটিৰপৰা আঙুলিৰ মূৰলৈকে অঙ্গ; হস্ত
the hand
বি.
2.
এহাত দীঘল জোখ; আধা গজ; দুবেগেত
one cubit in length
বি.
3.
চোলাৰ বাহুৰপৰা হাতৰ তলুবাৰ ওচৰলৈ ঢাক খাই থকা ভাগ; আস্তিন
a sleeve
বি.
4.
অধিকাৰ; সম্পৰ্ক
power; connection
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ