← ফুৰি যাওক

হাটী-মতা

অৰ্থ

1.

হাটীত থকা ভকতসকলক নাম ল'বলৈ বা আন কোনো কাম কৰিবলৈ সঁকীয়াই দিয়া বিষয়া

an officer in a sattra whose duty it is to call the bhakat to prayer or meeting

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাটী-মতা · অসমীয়া অভিধান