← ফুৰি যাওক

হাওদা

hāodā

অৰ্থ

1.

বহিবৰ নিমিত্তে হাতীৰ গাদীৰ ওপৰত বান্ধি লোবা কাঠৰ আসন

seat fixed on an elephant's back; a howdāh

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাওদা · অসমীয়া অভিধান