← ফুৰি যাওক

হলা

অৰ্থ

1.

আওগৰীয়া; আওঢলীয়া; এফাললৈ কাতি হোবা; ঢাল লোবা

slanting; leaning to one side; sloping

বিণ.

সমাৰ্থক শব্দ

2.

একতীয়া কৰ্; এফাললৈ দোঁবা

to cause to lean towards one side

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ