← ফুৰি যাওক

হৰ্তা

hartā

অৰ্থ

1.

হৰণকাৰী; গুচাওঁতা; দূৰ কৰোঁতা

one who removes or takes away

বি.

সমাৰ্থক শব্দ

2.

সংহাৰক; বিনাশক

one who kills or destroys

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ