← ফুৰি যাওকহৰা-কৰ্মঅৰ্থ1.হৰা কৰি অনিষ্ট কৰা কাৰ্য্য; হৰা-কৰ্ম্মী, হৰা-কৰ্মী হৰা কৰি অনিষ্ট কৰোঁতা।বি.সমাৰ্থক শব্দহৰা-কৰ্ম্মউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ