← ফুৰি যাওক

হৰ্

har

অৰ্থ

1.

বলেৰে বা ছল কৰি নি; চুৰ কৰ্

to steal; to rob

সক. ধা.

2.

লুপ্ত হ; অদৱশ্য হ; কম্; তাকৰ হ; যেনে-"আজিকালি দেশৰ সম্পত্তি হৰিল"

to be lost; to disappear; to decrease

অক. ধা.

3.

(গণিত) যাৰে হৰণ কৰে-বিপৰীত, লব।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হৰ্ · অসমীয়া অভিধান