← ফুৰি যাওক

হয়ঙ্গনি

haẏaṅgani

অৰ্থ

1.

মাখন, নবনীত; যেনে-"থৈয়াছিলো হয়ঙ্গমি হৰি পুজিবাৰে : এড়াইতে নপাৰি মাই দিলো আনি তাৰে" (ভূমিলোটোবা নাট)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হয়ঙ্গনি · অসমীয়া অভিধান