← ফুৰি যাওক

হয়গ্ৰীব

haẏagrība

অৰ্থ

1.

মূৰ বা ডিঙি ঘোঁৰাৰ আকাৰৰ, বিষ্ণুৰ এক অবতাৰ [মধু আৰু কৈটভ অসূৰে চুৰকৈ নিয়া বেদ উদ্ধাৰ কৰিবৰ কাৰণে বিষ্ণুৰ এই মূৰ্ত্তি ধাৰণ কৰে]; যেনে-"হয়গ্ৰীব নামে আৰু ভৈলা অবতাৰ" (কীৰ্ত্তন)

a horse-headed incarnation of Visnu undertaken to recover the Vedas stolen by the demon Madhu and his brother Kaitabha

বি.

2.

এবিধ শালগ্ৰাম মূৰ্ত্তি

a variety of black pebble found in the rive Gandaki and worshipped by Hindus as an emblem of Visnu

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হয়গ্ৰীব · অসমীয়া অভিধান