← ফুৰি যাওক

হবিষ্য

habiṣya

অৰ্থ

1.

শ্ৰাদ্ধাদি কৰ্ম্ম-কাৰ্য্যৰ আগদিনা দুপৰীয়া সাঁজ অন্নাহাৰ নকৰি গধূলি সাঁজ নিৰামুহীয়াকৈ অৰ্থাৎ মাছ, মাংস, তেল আদি নোহোবাকৈ ভোজন কৰা কাৰ্য্য

a fasting observed in the previous day of some particular religious ceremony in which a single vegetarian meal is taken

বি.

2.

নিৰামুহীয়া আহাৰ কৰা দিন

the day on which the above fast is observed

বি.

3.

ঘিউ-ভাত; আৰৈ চাউলৰ ভাত, ঘিউ আদিৰে কৰা সাত্ত্বিক আহাৰ; হবিছ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হবিষ্য · অসমীয়া অভিধান