← ফুৰি যাওক

হন্তা

hantā

অৰ্থ

1.

বধোঁতা; প্ৰাণ নাশ কৰোঁতা; ধ্বংস কৰোঁতা

a killer; a destroyer; a murderer

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হন্তা · অসমীয়া অভিধান