← ফুৰি যাওক

হনা

hanā

অৰ্থ

1.

নৈৰ সোঁত বা গতি সলনি কৰিবলৈ আৰম্ভ

the commencement of the change of the course of a river

বি.

2.

একতীয়া হোবা বা হলা কাৰ্য্য

a leaning to one side

বি.

3.

খোঁচা কাৰ্য্য

act of piercing with a pointed weapon

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হনা · অসমীয়া অভিধান