হদ
hada
অৰ্থ
1.
মাটিৰ সীমা
a boundary line
বি.
2.
নৈ বা সাগৰৰ মাজৰ দ ঠাই বা ডুবি
the deepest part of a river or sea
বি.
3.
চাৰিওপালে বেৰি থকা, স্বভাবতে হোবা বহল আৰু দ পানী ভাগ; সৰোবৰ
a lake
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ