← ফুৰি যাওক

অচেতন

acetana

অৰ্থ

1.

জীব নথকা

inanimate

বিণ.

2.

চেতন নথকা; সাৰে নথকা; বাহিৰৰ জ্ঞান নথকা; অজ্ঞান

devoid of sensibility; insensible

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অচেতন · অসমীয়া অভিধান