← ফুৰি যাওক

হজবা

hajabā

অৰ্থ

1.

হজ কৰা, পৰিশ্ৰম কৰি খোবা চহা মানুহ; অশিক্ষিত আৰু সৰল

doing manual work; rustic

বিণ.

2.

বন-বাৰী কৰি খোবা মানুহ; সামান্য লোক

a common labour; a rustic

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হজবা · অসমীয়া অভিধান