← ফুৰি যাওক

আফাল

āphāla

অৰ্থ

1.

বলেৰে নিক্ষেপ কৰা; এছাৰ মাৰি বলেৰে পেলাই দিয়া কাৰ্য্য; খুন্দা মাৰি আঘাত কৰা

the act of throwing off violently

বি.

2.

বলেৰে থেকেচা মাৰ্; বেগেৰে পেলাই দি

to throw off or strike violently

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আফাল · অসমীয়া অভিধান