← ফুৰি যাওক

সোবাদ

sobāda

অৰ্থ

1.

জুতি; আস্বাদ; জিভাৰে অনুভব কৰিব পৰা গুণ

taste; flavour

বি.

2.

মিষ্টতা; মিঠা গুণ

sweetness

বি.

3.

ইন্দ্ৰিয়ক সুখ দিয়া; খাবলৈ ভাল; শুনিবলৈ ভাল; মিঠা; মধুৰ

sweet; delicious; agreeable; pleasant

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ