← ফুৰি যাওকসোলোকাsolokāঅৰ্থ1.বান্ধ মুকলি কৰ্; বান্ধোন গুচা; গাঁঠি মেল্to untie; to looseসক. ধা.সমাৰ্থক শব্দসোলকা · solakā2.বান্ধ নথকা; মুকলি বা ঢিলা হোবাloose; unfastenedবিণ.সমাৰ্থক শব্দসোলকা · solakāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ