← ফুৰি যাওক

সোপোৰা

soporā

অৰ্থ

1.

টোটোৰা; শোটোৰা পৰা; নীৰস হৈ ভিতৰ খালি হোবা

wrinkled; shrivelled; contracted

বিণ.

2.

শোটোৰা; তেজ বা ৰস-পম নথকাত শুকোবা ছাল বা মঙহ

a wrinkle

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সোপোৰা · অসমীয়া অভিধান