আপোনা-আপুনি
āponā-āpuni
অৰ্থ
1.
স্বয়ং; নিজক নিজে; আনৰ সহায় নলৈ
of one's own accord
ক্ৰি. বিণ.
2.
স্বাভাবিকমতে; কাৰো চেষ্টাত নহৈ
naturally; as a matter of course
ক্ৰি. বিণ.
3.
নিজ বা পৰস্পৰৰ গুণ বা কাৰ্য্যৰ দ্বাৰা; যেনে-"যদুবংশৰ মানুহ আপোনা-আপুনি মৰিল।"
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ