← ফুৰি যাওক

সুবঙ্গ

subaṅga

অৰ্থ

1.

সুন্দৰ বৰণৰ; বিচিত্ৰ ৰংযুক্ত: যেনে- "সুবঙ্গ বসন: বতন ভূষণ: ভূষিত কৰিয়া কালা" (বৰগীত)।

বিণ.

2.

মাটি, পানী বা পৰ্ব্বতৰ তলে তলে মাটিৰ ভিতৰে কাটি উলিওবা বাট

a tunnel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ