← ফুৰি যাওক

সাক্ষাৎ

sākṣāt

অৰ্থ

1.

চকুৰ আগত; দেখা-দেখিকৈ থকা; বৰ্ত্তমান

bodily present

বিণ.

2.

দেখা-দেখি; লগ পোৰা; ভেঁট; দৱষ্টি; . সাক্ষাৎ কৰ্। ক্ৰি. বিণ. সাক্ষাতে চকুৰ আগতে; সমুখত

meeting, interview ; in the presence of

বি.

3.

প্ৰত্যক্ষৰূপে; যেনে-"সাক্ষাতে ব্ৰহ্মক: কহিতে নপাবে: নিষেধ মুখে কহে বেদ" (মিশ্ৰ-গীতা)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ