← ফুৰি যাওক

হালৈ

hālai

অৰ্থ

1.

অসমীয়া হিন্দুৰ এটা জাতি

a class of Assamese Hindus

বি.

সমাৰ্থক শব্দ

2.

এজাতি মানুহৰ নাম [আদিতে মিঠাই তৈয়াৰ কৰি বেচা ইসকলৰ ব্যবসায় আছিল।]

the name of a class of people

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ