← ফুৰি যাওক

সাঙ্ঘাতিক

sāṅghātika

অৰ্থ

1.

প্ৰাণ নাশ কৰা; মাৰাত্মক; নাশকাৰী

fatal; deadly

বিণ.

2.

একেবাৰেই অনেকক ধৰা

epide- mical

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাঙ্ঘাতিক · অসমীয়া অভিধান