সাংসাৰিক
sāṃsārika
অৰ্থ
1.
সংসাৰ-সম্বন্ধীয়; সংসাৰ-বিষয়ক
worldly
বিণ.
2.
বিষয়ী; সংসাৰৰ কাৰ্য্যত বন্ধন থকা; . বি. সাং- সাৰিকতা সংসাৰৰ ভাৰ; বিষয়ী বুদ্ধি বা ভাব
worldly minded; devoted to worldly pursuits ; worldliness; woldly-mindedness
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ