← ফুৰি যাওক

সোৰোপা

soropā

অৰ্থ

1.

এলেহুবা; কামলৈ আওহেলা কৰা; কামৰপৰা পলোবা; . বি. সৰপালি, সোৰোপালি সৰপা গুণ।

lazy ;idle; shirking work

বিণ.

সমাৰ্থক শব্দ

2.

"সৰপা"; এলেহুবা

lazy

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সোৰোপা · অসমীয়া অভিধান