← ফুৰি যাওক

সমৱদ্ধি

samawaddhi

অৰ্থ

1.

সম্পত্তি; বিভূতি; ঐশ্বৰ্য্য; . বিণ. সমৱদ্ধিমন্ত; সমৱদ্ধিশালী; সমৱদ্ধ; ধনবন্ত; ঐশ্বৰ্য্যশালী।

welth; property; prosperity

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমৱদ্ধি · অসমীয়া অভিধান