← ফুৰি যাওক

সমৰ্থন

samarthana

অৰ্থ

1.

কাৰো কথাত ভৰদিয়া বা মত দিয়া কাৰ্য্য; কোনো প্ৰস্তাব আদিত ডাটি মত দিয়া কাৰ্য্য; . সমৰ্থন কৰ্; বি. সমৰ্থক, সমৰ্থনকাৰী; সমৰ্থনকাৰক

act of confirming, seconding or supporting ; a supporter; a seconder

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ