সঁফুৰা
sam̐phurā
অৰ্থ
1.
টেমা-বটা; সাঁফৰ লগোবা তামোলৰ পাত্ৰ
a tray for betel-nut with a cover
বি.
2.
যমৰ দুজন চোকা আৰু ভীষণ টেকেলা দূতৰ এজন; কালফুৰাৰ লগৰীয়া
one of the two active messengers of death
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ