← ফুৰি যাওক

সন্ধুক্

sandhuk

অৰ্থ

1.

মুৰ্চ্ছিত অবস্হাৰপৰা পুনৰ চেতনা পা; লক্ষ্য কৰ্; স্হিৰ দৱষ্টি কৰ্; যেনে-"সীতাক মাটিত: থৈয়া সন্ধুকিয়া: আছে চন্দ্ৰহাস পৰি" (শ্ৰীৰামকীৰ্ত্তন)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ