← ফুৰি যাওক

সতিনী-মাৰি

অৰ্থ

1.

যঁতৰৰ মাল বা বটীয়াডাল ঢাকৰিৰপৰা খহি নপৰিবৰ কাৰণে সাঁকো-মাৰিত থিয়কৈ মাৰি দিয়া মাৰি বা খূঁটি।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সতিনী-মাৰি · অসমীয়া অভিধান