← ফুৰি যাওক

সঞ্চল্

sañcal

অৰ্থ

1.

লৰচৰ কৰ; গতি কৰ। সঞ্চাল্ অক. ধা. বৰকৈ লৰচৰ কৰ্; জোকাৰ খা; . বি. সঞ্চালন; বিণ. সঞ্চালিত।

to move to and fro; to be agitated

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সঞ্চল্ · অসমীয়া অভিধান