সজা
sajā
অৰ্থ
1.
আন লোকৰ দ্বাৰা নিৰ্ম্মাণ কৰা; তৈয়াৰ কৰা
to cause to be eonstructed
সক. ধা.
2.
সাজ-পাৰ পিদ্ধা; যেনে-"দৰা সজা"
to dress
সক. ধা.
3.
ভূষিত কৰ্; ফুল আদি লগাই শুবনী কৰ্; শোভিত কৰ্
to decorate
সক. ধা.
4.
শৱঙ্খলা বা শ্ৰেণী লগাই দেখিবলৈ ভাল কৰি খ; . সজাই-পৰাই ক্ৰি. বিণ. পিদ্ধাই-উৰাই; ভূষিত কৰি
to arrange; to place in order ; dressing and decorating properly
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ