← ফুৰি যাওক

সঙ্কল্প

saṅkalpa

অৰ্থ

1.

কোনো কাম কৰিবলৈ কৰা দৱঢ় ইচ্ছা বা কল্পনা

a mental resolve

বি.

2.

কোনো ধৰ্ম্ম-কাৰ্য কৰিবলৈ কৰা প্ৰতিজ্ঞা; . সঙ্কল্পিত বিণ. সঙ্কল্প কৰা; কৰোঁ বুলি প্ৰতিজ্ঞা কৰা

a solemn declearation of the purpose of performing a religious rite ; intended to be done

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ