← ফুৰি যাওক

সঙ্কট

saṅkaṭa

অৰ্থ

1.

আপদ; বিপত্তি; বিপদ; টান; . সঙ্কটাপন্ন বিণ. বিপদত পৰা; . উভয়-সংকট দুয়োফালে সংকট

distress; difficulty; danger ; fallen in danger or difficulty ; a dilemma

বি.

2.

(দুই ওখ পৰ্ব্বত-শ্ৰেণীৰ মাজৰ) সংঙ্কীৰ্ণ পথ; য়েনে-"গিৰিসঙ্কট"।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ