← ফুৰি যাওক

-সকল

-sakala

অৰ্থ

1.

শব্দৰ পাছত বহি বহুবচন বুজোৰা শব্দ; . সকলো সৰ্ব্ব; সমুদায়; আটাই

a word affixed to a word to denote plurality ; all; entire

বি.

2.

সমুদায় লোক; . সকলোৰে মুলি, সকলোৰে মিলি ক্ৰি. বিণ. সকলোখিনি মুঠ কবি; সকলোখিনি গোটাই; সমুদায়

all ; in all; taking all together

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-সকল · অসমীয়া অভিধান