← ফুৰি যাওক

সংহতি

saṃhati

অৰ্থ

1.

সম্প্ৰদায়; সংঘটি

a sect

বি.

2.

(পু. অ.) সংস্হান; ভাল উপায়

বি.

3.

সঙ্গতি; একেলগে থকা; যেনে- "নোবাৰে লগাব তাৰ পঢ়াৰ সংহতি" (শঙ্কৰ-চবিত)

a good arrangement

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংহতি · অসমীয়া অভিধান