সংস্কাৰ
saṃskāra
অৰ্থ
শৰীৰৰ সংশোধন বা শুচি কাৰ্য্য; চূড়াকৰণ, গৰ্ভাধান, পুংসবন, সীমন্তোন্নয়ন, জাত-কৰ্স্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাশন, উপনয়ন, বিবাহ-এই দহপ্ৰকাৰ কৰ্ম্ম কৰি. ওপৰ শ্ৰেণীৰ হিন্দুৰ গা শুচি কৰা কাৰ্য
purificatory rites or sacraments prescribed for the higher classes of Hindus.
বি.
আগতকৈ পৰিষ্কাৰ বা ভাল কৰা কাৰ্য্য
the act of reforming or improving
বি.
ইতৰ জন্ত্তৰ স্বাভাবিক জ্ঞান, যেনে-গা-ৰক্ষা, বংশ-বৱদ্ধি কৰা; . সংস্কাৰক বি. ভাল বা বিশুদ্ধ কৰোঁতা; . সংস্কাৰহীন বিণ. উপনয়ন, বিবাহ আদি কৰ্ম্ম কৰি শুচি নোহোবা; সংস্কাৰ নকৰা; . সংস্কৱত [সং.] বিণ. বিশুদ্ধ; নিৰ্ম্মল বা পবিত্ৰ কৰা
the instinct of an animal ; one who reforms, repairs or improves ; not purified by performing purificatory ceremonies ; purified
বি.
ভগা বতা; ভাল কৰা
repaired; improved
বি.
ভাৰতবৰ্ষৰ এটা উন্নত প্ৰাচীন ভাষা
a refined language of india
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ