← ফুৰি যাওক

সংসাৰ

saṃsāra

অৰ্থ

1.

জগত

the world

বি.

2.

গৱহস্হালি; ল'ৰা-তিবোতা আদিবে সৈতে থকা অবস্হা

the worldly life or state

বি.

3.

জন্ম আক মৱত্যুৰ চক্ৰ; . বিণ. সংসাৰী সংসাৰত থকা; সংসাৰৰ কাৰ্য্য বা গৱহস্হালিত লিপ্ত থকা; বিষয়ী

cycle of rebirths ; worldly

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংসাৰ · অসমীয়া অভিধান